অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ হেলিক’প্তাৰ!

সন্ধানহীন দুৰ্ঘটনাগ্ৰস্ত হেলিক'প্তাৰৰ দুজনকৈ পাইলট

নৰ্থ-ইষ্ট ডেস্ক:

ৰুণাচল প্ৰদেশৰ বমডিলাৰ সমীপত আজি দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় সেনাৰ এখন হেলিক’প্তাৰ। পুৱা ৯:১৫ বজাত হেলিক’প্তাৰখনে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰৰ সৈতে যোগাযোগ হেৰুৱাইছিল বুলি সেনাই জানিবলৈ দিয়ে।সন্ধানহীন দুৰ্ঘটনাগ্ৰস্ত হেলিক’প্তাৰৰ দুজনকৈ পাইলট। সন্ধানহীন পাইলট দুজনৰ এজন লেফটেনেণ্ট কৰ্ণেল, আনজন মেজৰ । দুৰ্ঘটনাগ্ৰস্ত হেলিক’প্তাৰখন বিছাৰি অনুসন্ধান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.