মেঘালয়ত বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ!

আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

নৰ্থ-ইষ্ট ডেস্ক:

মেঘালয়ত বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ। ৰাজ্যখনৰ ইষ্ট জয়ন্তীয়া পাহাৰ জিলাত বুজন পৰিমানৰ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী।

এক গোপন সূত্ৰৰ পম খেদি ইষ্ট জয়ন্তীয়া হিলছ জিলা আৰক্ষীয়ে জিলাখনৰ লাদ্ৰীম্বাই অঞ্চলত এখন বাহনৰ পৰা উদ্ধাৰ কৰে ৩২ লাখ টকা মূল্যৰ হেৰ’ইন। আনহাতে ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা নগদ ৫৪ হাজাৰ টকা, তিনিটা মোবাইল ফোনৰ লগতে বাহনখনো জব্দ কৰে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.