আজি ১১ ডিচেম্বৰ

➡️১১৯৮ প্ৰসিদ্ধ দাৰ্শনিক আৰু বিজ্ঞানী ইৱন ৰুশ্বডৰ মৃত্যু।
➡️১৮৪৩ জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কখৰ জন্ম।
➡️১৯৬৯ ভাৰতীয় দবা খেলুৱৈ বিশ্বনাথন আনন্দৰ জন্ম।
➡️২০০৪ প্ৰসিদ্ধ কৰ্ণাটকী ধ্ৰুপদী সংগীতজ্ঞ এম এছ শুভলক্ষ্মীৰ মৃত্যু।
➡️২০০৪ টেষ্ট ক্ৰিকেটত ৩৪টা শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ গাভাস্কাৰৰ ৩৪টা টেষ্ট শতকৰ সৈতে সমতা স্থাপন।
➡️১৯১৮ ৰাছিয়াৰ সাহিত্যিক আলেকজেণ্ডাৰ ছোলঋে নিটছাইনৰ জন্ম। তেওঁ ১৯৭০ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৪৬ ডঃ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ গণ পৰিষদৰ (কনষ্টিটুৱেন্ট এছেম্বলী) অধ্যক্ষ।

You might also like
Leave A Reply

Your email address will not be published.