আজি ১১ ফেব্ৰুৱাৰী

আজি ১১ ফেব্ৰুৱাৰী

➡️ইৰাণৰ ইছলামিক বিপ্লৱ বিজয়ী দিৱস।
➡️মিতভাষ দিৱস।

➡️১৮৪৭ মাৰ্কিন বিজ্ঞানী তথা আৱিষ্কাৰক টমাছ আলভা এডিছনৰ জন্ম।
➡️১৯২৯ পৃথিৱীৰ খুদ্ৰতম সাৰ্বভৌম ৰাষ্ট্ৰ ভেটিকান চিটী গঠন।
➡️১৯৩৯ সাহিত্য়িক নগেন শইকীয়াৰ জন্ম।
➡️১৯৪২ স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব্ ইণ্ডাষ্ট্ৰিজৰ অন্য়তম প্ৰতিষ্ঠাপক যমনালাল বাজাজৰ মৃত্য়ু।
➡️১৯৪৬ গোপীনাথ বৰদলৈৰ প্ৰথম মুখ্য় মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। বৰদলৈয়ে ১৯৫০ চনৰ ৬ আগষ্টলৈকে মুখ্য় মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭৫ ইংলেণ্ডৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী ৰূপে মাৰ্গাৰেট থেচ্চাৰ নিৰ্বাচিত।
➡️১৯৭৭ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ মৃত্য়ু।
➡️১৯৯০ বিশ্বৰ বিভিন্ন দেশ আৰু সংগঠনৰ প্ৰবল হেঁচাৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ ২৭ বছৰ কাৰাবাসৰ অন্তত নেলছন মাণ্ডেলাৰ মুক্তি।
➡️২০০৩ নিষিদ্ধ মাদকদ্ৰব্য় ব্য়ৱহাৰৰ বাবে অষ্ট্ৰেলিয়াৰ খেলুৱৈ শ্বেন ৱাৰ্ন বিশ্বকাপৰ পৰা বহিষ্কৃত।

You might also like
Leave A Reply

Your email address will not be published.