আজি ১২ ফেব্ৰুৱাৰী

▶️১৮০৪ চনৰ আজিৰ দিনটোতেই জাৰ্মান দাৰ্শনিক ইমানুৱেল কান্টৰ মৃত্যু হৈছিল।
▶️১৮০৯ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থবিদ, পৰীক্ষামূলক জীৱবিদ্যাৰ অগ্ৰদূত চাৰ্লছ ৰবাৰ্ট ডাৰউইনৰ জন্ম হৈছিল।
▶️১৮০৯ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ জন্ম হৈছিল।
▶️১৮২৪ চনৰ এই দিনটোতেই আৰ্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীৰ জন্ম হৈছিল।
▶️১৯২২ চনৰ এই দিনটোতেই চৌৰিচৌৰাৰ ঘটনাৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন প্ৰত্যাহাৰ।
▶️১৯৪৯ চনৰ এই দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ গুণ্ডাপ্পা বিশ্বনাথৰ জন্ম হৈছিল।
▶️১৯৫০ চনৰ এই দিনটোতেই হাইড্ৰজেন বোমাৰ ভয়াবহতাৰ বিষয়ে এলবাৰ্ট আইনষ্টাইনৰ সকীয়নি প্ৰদান।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই চৈয়দ আব্দুল মালিকলৈ ১৯৯৫ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.