আজি ১২ মাৰ্চ

➡️আজি গেবনৰ ৰাষ্ট্ৰীয় দিৱস।

➡️মৰিচাছৰ স্বাধীনতা দিৱস।

➡️১৯৫৪ চনত সাহিত্য অকাডেমী প্ৰতিষ্ঠা।

➡️১৯৭৮ চনত অসমত জনতা দলৰ মন্ত্ৰীসভা গঠন।

➡️আজিৰ দিনটোতে গোলাপ বৰবৰাই অসমৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ১৯৭৯ চনৰ ৯ ছেপ্টেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।

➡️১৯৯৩ চনৰ আজিৰ দিনটোতেই মুম্বাই (বোম্বাই) ষ্টক এক্সচেঞ্জ আৰু ইয়াৰ সমীপৰ্ৱতী এলেকাত আততায়ীৰ বোমা বিষ্ফোৰণ আৰু প্ৰায় ৩০০ লোক নিহত, সহস্ৰাধিক লোক আহত হোৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয়।

➡️১৯৯৯ চনৰ কুৰি শতিকাৰ বিৰল প্ৰতিভাধৰ সংগীতজ্ঞ আৰু অবিসম্বাদী বেহেলাবাদক ইহুদী মেনুহিনৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.