আজি ১৪ ছেপ্টেম্বৰ

▶️আজি হিন্দী দিৱস।
▶️১৩২১ চনৰ আজিৰ দিনটোতেই ইটালীৰ প্ৰসিদ্ধ কবি ডাণ্টে (সম্পূৰ্ণ নাম ডান্টে আলিঘিয়েৰি)ৰ মৃত্যু হৈছিল।
▶️১৮৪৯ চনৰ এই দিনটোতেই ৰাছিয়াৰ জীৱবিজ্ঞানী আইভান পেট্ৰোভিচৰ জন্ম হৈছিল। তেওঁ ১৯০৪ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকক ১৮ মাহৰ কাৰাদণ্ড বিহা হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰীয় আইন সভাৰ লগত পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশযান ‘লুনা-৩’ৰ চন্দ্ৰত অৱতৰণ।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বাংলা লেখক তাৰাশংকৰ বন্দোপাধ্যায়ৰ মৃত্যু।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই কিৰিবাটি,নাউৰু আৰু টোংগাৰ ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ।
▶️১৯৯৪ চনৰ এই দিনটোতেই কেন্দ্ৰীয় চৰকাৰৰ নতুন ঔষধ নীতি গ্ৰহণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই আৰক্ষী বিষয়া তথা জনপ্ৰিয় লেখক খবিৰ আহমেদৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.