আজি ১৬ মাৰ্চ

➡️আজি যক্ষ্মা ৰোগ নিবাৰণী দিৱস।
➡️১৯২৬ চনৰ আজি দিনটোতে বিশ্বৰ প্ৰথমটো আধুনিক ৰকেট নিৰ্মাণ। নিৰ্মাতাঃ মাৰ্কিন পদাৰ্থবিদ ৰবাৰ্ট গডাৰ্ড।
➡️১৯৪০ চনত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক ছুইডেনৰ ছেলমা লাগেৰলফৰ মৃত্যু। তেওঁ ১৯০৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৭২ চনত স্বাধীনতা সংগ্ৰামী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মৃ্ত্যু।
➡️১৯৯৯ চনত লাহোৰ-নতুন দিল্লীৰ মাজত পোনপটীয়া বাছসেৱা মুকলি।
➡️১৮৩৯ চনত সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক ছালী প্ৰমোধৰৰ পেৰিছত জন্ম। ১৯০১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৮০ বাংলা সাহিত্যৰ প্ৰসিদ্ধ লেখক ৰাজশেখৰ বসুৰ (পৰশুৰাম নামে বিখ্যাত) জন্ম।
➡️১৯৭৭ চনত ষষ্ঠ লোকসভাৰ নিৰ্বাচন আৰম্ভ, এই নিৰ্বাচন ২০ মাৰ্চলৈকে চলে।
➡️২০০৫ বিদ্ৰোহী সংগঠন আলফাৰ ‘সৈনিক দিৱস’ পালন।
➡️ আজিৰ দিনটোতে শচীন তেণ্ডুলকাৰৰ টেষ্ট ক্ৰিকেটত ১০,০০০ (দহ হাজাৰ) ৰান সম্পূৰ্ণ।

You might also like
Leave A Reply

Your email address will not be published.