আজি ২২ জানুৱাৰী

➡️১৫৬১ ইংৰাজ সাহিত্যিক ফ্রান্সিছ বেকনৰ জন্ম।
➡️১৬৬৬ মোগল সম্রাট শ্বাহজাহানৰ মৃত্যু।
➡️১৭৮৮ ইংৰাজ কবি বায়ৰনৰ (সম্পূর্ণ নাম জর্জ (গর্ডন) বায়ৰন) জন্ম।
➡️১৮৭৭ দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম।
➡️১৯০১ ৰাণী ভিক্টোৰিয়াৰ মৃত্যু।
➡️১৯৬৩ ডেৰাডুনত দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্রন্থাগাৰ প্রতিষ্ঠা।
➡️১৯৯৬ নাট্যকাৰ-অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ মৃত্যু।
➡️১৯৯৭ ডিব্ৰুগড়ৰ ওচৰৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলঙৰ আধাৰশিলা স্থাপন। ৪.৩ কিলোমিটাৰ দৈর্ঘ্যৰ এই ৰে’ল আৰু পথসাঁকোখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবি আৰু দক্ষিণ পাৰৰ চাউলখোৱাক সংযোগ কৰিব।
➡️২০০৬ বিশিষ্ট সংগীতশিল্পী দিলীপ চৌধুৰীৰ মৃত্যু। ১৯২৭ চলচ্চিত্র নির্মাতা নিপ বৰুৱাৰ জন্ম।
➡️১৯২৭ চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম।

You might also like
Leave A Reply

Your email address will not be published.