আজি ২৬ মাৰ্চ

▶️আজি বাংলাদেশৰ স্বাধীনতা দিৱস।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই অসমৰ বুঢ়ীদিহিং নৈৰ পাৰত প্ৰথম খাৰুৱা তেলৰ সন্ধান লাভ।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু ঘটিছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই পাকিস্তান দ্বিখণ্ডিত হৈ উত্তৰ-পূৱ পাকিস্তানৰ স্বাধীন দেশৰূপে জন্ম লাভ। নৱগঠিত এই দেশৰ নাম হয় বাংলাদেশ।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই সাহিত্যিক মিত্ৰদেৱ মহন্তৰ দেহাৱসান।
▶️১৯৮৯ চনৰ এই দিনটোতেই এন্টাৰ্কটিকাত অষ্টম অভিযান সমাপ্ত কৰি ভাৰতৰ দ্বিতীয় সুৰক্ষিত ঘাটি ‘মৈত্ৰী’ স্থাপিত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশিষ্ট নৃত্যশিল্পী,সংগীত পৰিচালক আনন্দ শংকৰৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.