আজি ২৬ মাৰ্চ

➡️আজি বাংলাদেশৰ স্বাধীনতা দিৱস।
➡️১৮৬৭ চনত অসমৰ বুঢ়ীদিহিং নৈৰ পাৰত প্ৰথম খাৰুৱা তেলৰ সন্ধান।
➡️১৯৩৮ চনৰ ২৬ মাৰ্চত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু।
➡️১৯৭১ চনত পাকিস্তান দ্বিখণ্ডিত হয়। উত্তৰ-পূব পাকিস্তানৰ স্বাধীন দেশ ৰূপে জন্মলাভ। নৱগঠিত এই দেশৰ নাম হয় বাংলাদেশ।
➡️১৯৮৩ চনত সাহিত্যিক মিত্ৰদেৱ মহন্তৰ মৃত্যু।
➡️১৯৮৯ চনৰ আজিৰ দিনটোতে এন্টাৰ্কটিকাত অষ্টম অভিযান সমাপ্ত কৰি ভাৰতৰ দ্বিতীয় সুৰক্ষিত ঘাটি ‘মৈত্ৰী’ স্থাপিত।
➡️১৯৯৯ চনত বিশিষ্ট নৃত্যশিল্পী, সংগীত পৰিচালক আনন্দ শংকৰৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.