আজি ২৭ আগষ্ট

▶️১৬০৪ চনৰ আজিৰ দিনটোতেই শিখ গুৰু অৰ্জুন দেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ৰ সংকলন আৰু সংগ্ৰহ। এই বছৰৰ এই দিনটোতেই ইয়াক অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংৰক্ষণ কৰা হয়।
▶️১৮৫৯ চনৰ এই দিনটোতেই আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান লাভ।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই বিশ্ব ক্ৰিকেটৰ কিংবদন্তি ছাৰ ডন ব্ৰেডমেনৰ জন্ম হৈছিল।
▶️১৯১০ চনৰ আজিৰ দিনটোতেই মাদাৰ টেৰেছাৰ জন্ম হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজৰ পৰীক্ষামূলক উৰণ সম্পন্ন।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া তথা পি টি আইৰ প্ৰতিষ্ঠা।
▶️১৯৭৯ চনৰ এই দিনটোতেই লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহৰ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান।।

You might also like
Leave A Reply

Your email address will not be published.