আজি ২৭ এপ্ৰিল

➡️আজি দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস।
➡️আজি টোগোৰ স্বাধীনতা দিৱস।
➡️১৫২১ চনত ফিলিপাইনৰ ওচৰৰ মকোটান নামৰ দ্বীপত স্থানীয় অধিবাসীৰ লগত সংঘৰ্ষত পৰ্তুগীৰ্জ নাৱিক ফাৰ্ডিনাণ্ড মেগেলানৰ মৃত্যু হয়।
➡️১৫২৬ চনত বাবৰৰ দিল্লীৰ সিংহাসনত আৰোহণ,ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা। বাবৰৰ ‘বাদশ্বাহ’ উপাধি গ্ৰহণ।
➡️১৭৭৩ চনত ব্ৰিটিছ সংসদৰ ‘টাউনছেণ্ড’ নামৰ এখন আইন প্ৰণয়ন হয়। এই আইনৰ প্ৰতিবাদত সেই বছৰৰে ডিচেম্বৰত ব’ষ্টনত বিক্ষোভ। ইয়ে ইতিহাসত ‘ব’ষ্টন টী পাৰ্টী’ নামে বিখ্যাত।
➡️১৭৯১ চনত টেলিগ্ৰাফৰ আৱিষ্কাৰক ছেমুৱেল ফিনলে ব্ৰীজ মৰ্চৰ জন্ম।
➡️১৮০৬ চনত লণ্ডনত চতুৰ্থ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ। এই অলিম্পিকৰ সামৰণি হয় ৩১ অক্টোবৰত।
➡️১৯১০ চনত মাৰ্কিন সাহিত্যিক মাৰ্ক টোৱেইনৰ (প্ৰকৃত নাম ছেমুৱেল লেংহৰ্ন ক্লিমেনছ) মৃত্যু হয়।
➡️১৯১৪ চনত ভাৰত,চীন আৰু তিব্বতৰ মাজত ঐতিহাসিক ছিমলা চুক্তি স্বাক্ষৰিত হয়।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম আফ্ৰিকাৰ দেশ টোগোৰে স্বাধীনতা লাভ কৰে।
➡️নতুন দিল্লীত নেচনেল ডিফেন্স কলেজ মুকলি।
➡️১৯৮৯ চনত বাংলাদেশত প্ৰবল ঘূৰ্ণি বতাহ, ৫০০ জন নিহত হয়।

You might also like
Leave A Reply

Your email address will not be published.