আজি ২৭ মাৰ্চ

➡️বিশ্ব থিয়েটাৰ দিৱস।
➡️১১১৭ চনত বৰ্তমান কৰ্ণাটকৰ হালেবিদত (Halebid) হায়ছালা (Hoysala) বংৰ ৰজা বিষ্ণুবৰ্ধনৰ বিষ্ণু মন্দিৰ নিৰ্মাণ আৰম্ভ।
➡️১৫৫২ চনত দ্বিতীয় শিখগুৰু অংগদৰ জীৱনাৱসান।
➡️১৮৪৫ এক্স-ৰে’ৰ আৱিষ্কাৰক জাৰ্মান পদাৰ্থবিজ্ঞানী উইলহেম ৰন্টজেনৰ জন্ম।
➡️১৯১৫ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু সমাজসেৱী পুষ্পলতা দাসৰ জন্ম।
➡️১৯৭৭ চনত ভাৰতত বলৱৎ থকা অন্তৰ্ৱৰ্তীকালীন, জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ।
➡️২০০৪ চনত তনুশ্ৰী দত্তৰ ২০০৪ চনৰ মিছ ইণ্ডিয়া খিতাপ লাভ।
➡️২০০৫ চনত বিশ্বজুৰি কেৰাচিন আৱিষ্কাৰৰ ১৫০ বছৰীয়া জয়ন্তী পালন।

You might also like
Leave A Reply

Your email address will not be published.