আজি ২৮ আগষ্ট

▶️১৭৫৯ চনৰ আজিৰ দিনটোতেই জাৰ্মান সাহিত্যিক যোহান উলফগেং ভন গ্যেটেৰ জন্ম হৈছিল ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই কাজিৰঙাত দেশৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপন হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ ৰাজ্যপাল ৰূপে মনোনীত হৈছিল এছ কে সিনহা।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই ভাৰতত সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই লাডাখত পৰ্যাপ্ত পৰিমাণৰ ইউৰেনিয়াম সঞ্চিত হৈ থকা বুলি ভাৰতীয় বিজ্ঞানীৰ দাবী।
▶️১৭৭৯ চনৰ এই দিনটোতেই বিজ্ঞানী উইলিয়াম হাৰ্ছেলৰ দ্বাৰা শণিৰ উপগ্ৰহ এনচেলাডুছ আৱিষ্কাৰ।
▶️১৯৬৩ চনৰ এই দিনটোতেই ৱাশ্বিংটনৰ এক বিশাল সমাৱেশত মাৰ্টিন লুথাৰ কিং(জুনিয়ৰ)ৰ I have a dream শীৰ্ষক প্ৰসিদ্ধ বক্তৃতা প্ৰদান।
▶️১৯৯০ চনৰ এই দিনটোতেই কুৱেইটক ইৰাকৰ ১৯ সংখ্যক প্ৰদেশ ৰূপে ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.