আজি ২৯ ছেপ্টেম্বৰ

▶️১৫৪৭ চনৰ এই দিনটোতেই স্পেইনৰ ঔপন্যাসিক ছাভেদ্ৰা মিগুৱেল ডি কাৰ্ভেন্টিছৰ জন্ম হৈছিল।
▶️১৭২৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ সৈনিক, পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ জন্ম হৈছিল।
▶️১৭৫৮ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন ব্ৰিটিছ নৌ-সেনাধ্যক্ষ হোৰেচিঅ’ নেলছনৰ জন্ম হৈছিল।
▶️১৯০১ চনৰ এই দিনটোতেই ইটালীৰ নিউক্লীয় পদাৰ্থ বিজ্ঞানী এনৰিকো ফাৰ্মিৰ জন্ম হৈছিল।
▶️১৯১৩ চনৰ আজিৰ দিনটোতেই জাৰ্মান অভিযন্তা,ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক ৰুডলফ ডিজেলৰ জন্ম হৈছিল।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই আৰতি সাহাৰ ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।
▶️১৯৬২ চনৰ এই দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথমটো প্লেনেটেৰিয়াম মুকলি।
▶️১৯৭৭ চনৰ এই দিনটোতেই গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই সাহিত্যিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ মৃত্যু।
▶️২০০২ চনৰ আজিৰ দিনটোতেই দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড (BCCI)ৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল ৰণবীৰ সিং মহেন্দ্ৰ।।

You might also like
Leave A Reply

Your email address will not be published.