আজি ২৯ জানুৱাৰী

▶️১৫৯৬ ইংৰাজ নৌ- অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকৰ মৃত্যু।
▶️১৭৮০ ভাৰতৰ প্ৰথম সংবাদ-পত্ৰ ‘বেংগল গেজেট’ৰ প্ৰকাশ।
▶️১৮৯৪ সাংবাদিক,গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ জন্ম।
▶️১৯২৬ পাকিস্তানৰ পদাৰ্থবিজ্ঞানী আব্দুছ ছালামৰ ভাৰতৰ পঞ্জাবত জন্ম। ১৯৭৯ চনত তেওঁ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৩ ভাৰতৰ নাটক,নৃত্য় আৰু সংগীতৰ বিকাশৰ অৰ্থে সংগীত-নাটক একাডেমী স্থাপন।
▶️১৯৯৯ অসমৰ বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট উন্মোচন।

You might also like
Leave A Reply

Your email address will not be published.