আজি ২৯ মে’

▶️আজি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস।
▶️১৪৫৩ চনৰ আজিৰ দিনটোতেই বৰ্তমানৰ তুৰস্কত তুৰ্কী সাম্ৰাজ্য বা অটোমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠা।ৰাজধানী চহৰ কনষ্টান্টিনোপলৰ নাম হয় ইস্তানবুল। বাইজেন্টিয়াম সাম্ৰাজ্যৰ পতন।
▶️১৮২৯ চনৰ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী হামফ্ৰে ডেভিৰ মৃত্যু।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ৩৫ সংখ্যক ৰাষ্ট্ৰপতি জন ফিটজাৰেল্ড কেনেডীৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই ইংৰাজ অভিযাত্ৰী এডমাণ্ড পাৰ্চিভেল হিলাৰী আৰু টেনজিং নৰ্গেৰ প্ৰথমবাৰৰ বাবে এভাৰেষ্টত আৰোহন।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিঙৰ মৃত্যু।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ৯০০ কিলোমিটাৰ দুৰত্বভেদী ক্ষেপনাস্ত্ৰ ‘ঘৌৰী’ৰ সফল পৰীক্ষণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই অৰুন্ধতি ৰয়লৈ ‘ছিডনী পীচ প্ৰাইজ’।।

You might also like
Leave A Reply

Your email address will not be published.