আজি ৩০ জানুৱাৰী

⏩কুষ্ঠ নিবাৰণী দিৱস।
⏩সর্বোদয় দিৱস।
⏩শ্বহীদ দিৱস।
⏩১৮৮২ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্রেংকলিন ছিলেনো ৰুজভেল্টৰ জন্ম।
⏩১৯৪৮ নতুন দিল্লীৰ এখন প্রার্থনা সভাত নাথুৰাম গছেৰ মহাত্মা গান্ধীক গুলীয়াই হত্যা। তেতিয়াৰে পৰা ৩০ জানুৱাৰী দিনটো ভাৰতত শ্বহীদ দিৱস ৰূপে পালন কৰি অহা হৈছে।
⏩১৯৯৯ গোপীনাথ বৰদলৈলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান।
⏩২০০৪ তেজপুৰত অনুষ্ঠিত অসম গণ পৰিষদৰ ষষ্ঠ ত্রিবার্ষিক অধিৱেশনত বৃন্দাবন গোস্বামী পুনৰ দলটোৰ সভাপতি নির্বাচিত।
⏩২০০৫ পঞ্চাশ বছৰৰ ভিতৰত, ইৰাকত প্ৰথমবাৰৰ বাবে নির্বাচন অনুষ্ঠিত।

You might also like
Leave A Reply

Your email address will not be published.