আজি ৩১ জানুৱাৰী

⏩নাওৰুৰ স্বাধীনতা দিৱস।
⏩মেদাম মে-ফি।
⏩১৯০১ কবি-সাহিত্যিক বিনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম।
⏩১৯০৯ বৰ্তমানৰ বাংলাদেশৰ ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম।
⏩১৯৪১ কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ জন্ম। ১৯৬৩ ম’ৰাক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ৰূপে ঘোষণা।
⏩১৯৬৮ ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদৰ তত্ত্বাৱধানত প্রশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ নাওৰুৰ স্বাধীনতা লাভ।
⏩১৯৭২ শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্য মন্ত্ৰী। ১৯৭৮ চনৰ ১২ মার্চলৈকে তেওঁ মুখ্য মন্ত্রী ৰূপে কার্যনির্বাহ কৰে।
⏩১৯৮৫ সংসদত দলত্যাগ বিৰোধী বিধেয়ক গৃহীত।
⏩১৯৯২ শিৱসাগৰত আহোম যুগৰ সম্পদ সংৰক্ষিত তাই যাদুঘৰ মুকলি।
⏩২০০৪ অসমৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা হেম ভট্টাচাৰ্যৰ মৃত্যু।
⏩২০০৭ মার্কিন লেখক ছিডনী ছেলডনৰ (৮৯) মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.