আজি ৪ মাৰ্চ

➡️ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।

➡️১১৫২ চনত জাৰ্মানীত তৃতীয় কনৰাডৰ ভতিজাক প্ৰথম ফ্ৰেডেৰিকৰ সাম্ৰাজ্য়াভিষেক। এওঁ জাৰ্মানী একত্ৰীকৰণ কৰে।

➡️১৮৭৯ চনত কলকাতাত প্ৰসিদ্ধ বেথুন কলেজ প্ৰতিষ্ঠা। ব্ৰিটেইনৰ বাহিৰত ব্ৰিটিছ সাম্ৰাজ্য়ৰ এইখনেই প্ৰথম মহিলা কলেজ।

➡️১৮৯২ চনত কবি যতিন্দ্ৰনাথ দুৱৰাৰ জন্ম।

➡️১৯৫১ চনত নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ। ১১ খন দেশৰ ৪৮ গৰাকী প্ৰতিযোগীয়ে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰণ কৰে।

➡️২০০০ চনত অজিৎ বৰুৱাক অসম উপত্য়কা সাহিত্য় বঁটা প্ৰদান।

➡️২০০৪ চনত বিশিষ্ট সাহিত্য়িক আৰু সমাজ সেৱিকা চিত্ৰলতা ফুকনলৈ ২০০৩ চনৰ প্ৰবীনা শইকীয়া বঁটা।

➡️২০০৫ চনত সোনোৱাল কছাৰী, দেউৰী জনগোষ্ঠীলৈ অসমৰ দহখন জিলা সামৰি স্বায়ত্ত শাসনৰ প্ৰস্তাৱত ৰাজ্য় চৰকাৰৰ অনুমোদন।

➡️ভূপিন্দৰ সিং হুদাৰ হাৰিয়ানাৰ নতুন মুখ্য় মন্ত্ৰীৰূপে শপত গ্ৰহণ।

You might also like
Leave A Reply

Your email address will not be published.