আজি ৬ মাৰ্চ

আজি ৬ মাৰ্চ
ঘনাৰ স্বাধীনতা দিৱস।
১৪৭৫ চনত ইটালীৰ চিত্ৰশীল্পী, ভাস্কৰ মাইকেল এঞ্জেলোৰ জন্ম।
১৫০৮ চনত মোগল সম্ৰাট হমায়ুনৰ জন্ম।
১৫২১ চনত ফাৰ্ডিনাণ্ড মেগেলানৰ ফিলিপাইন দ্বীপপুঞ্জৰ আৱিষ্কাৰ।
১৯১৫ চনত বংগৰ শান্তি নিকেতনত মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম সাক্ষাৎ।
১৯৬১ চনত ‘টাইমছ অব্ ইণ্ডিয়া’ কাকত গোষ্ঠীৰ উদ্য়োগত ভাৰতৰ প্ৰথমখন অৰ্থনীতি বিষয়ক বাতৰি কাকত ‘দা ইকনমিক টাইম্ছ’ৰ প্ৰকাশ।
১৯৭১ চনত সুনীল মনোহৰ গাভাস্কাৰে প্ৰথম টেষ্ট খেলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।
১৯৭৩ চনত বিশিষ্ট মাৰ্কিন লেখিকা পাৰ্ল এছ বাকৰ মৃত্যু।
১৯৯১ প্ৰধান মন্ত্ৰী চন্দ্ৰশেখৰৰ পদত্য়াগ। ২১ জুনলৈকে অৱশ্য়ে তেওঁ তত্ত্বাৱধায়ক প্ৰধান মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
২০০৫ চনত প্ৰথম কেন্দ্রীয় মন্ত্রী তথা কংগ্রেছী নেতা ভি এন গেডগিলৰ মৃত্যু।

২০০৪ ত্রয়োদশ লোকসভা ভংগ।

You might also like
Leave A Reply

Your email address will not be published.