আজি ৭ এপ্ৰিল

➡️আজি আলফাৰ প্ৰতিষ্ঠা দিৱস।
➡️বিশ্ব স্বাস্থ্য দিৱস।
➡️১৭৭০ চনত কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ জন্ম হয়।
➡️১৯২০ চনত ভাৰতীয় চেতাৰবাদক ৰবি শংকৰৰ জন্ম হয়।
➡️১৯৩৭ চনত ছাদুল্লা মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।
➡️১৯৪৬ চনত সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু হয়।
➡️১৯৪৭ চনত আধুনিক মটৰগাড়ীৰ অন্যতম বাটকটীয়া হেনৰী ফোৰ্ডৰ জন্ম হয়।
➡️১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থা গঠন হয়।
➡️১৯৭৯ চনত শিৱসাগৰৰ ৰংঘৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী, অসমৰ (আলফা) জন্ম। সংগঠনটোৰ প্ৰতিষ্ঠাপক সদস্যকেইজন আছিল ৰাজীৱ ৰাজকোঁৱৰ, সমীৰণ গগৈ, ভীম বৰগোহাঁই, সোমনাথ বৰা, ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই আৰু ৰূপেশ্বৰ গগৈ। কোনো কোনো ইতিহাসবিদৰ মতে ১৯৮১ চনৰ অক্টোবৰতহে আনুষ্ঠানিকভাৱে আলফাৰ জন্ম হয়।
➡️১৯৮৮ চনত বিশ্ব ধুমপান বিৰোধী দিৱস।
➡️২০০৪ চনত ওডিচী নৃত্যৰ গুৰু পদ্মবিভূষণ কেলুচৰণ মহাপাত্ৰৰ মৃত্যু হয়।
➡️২০০৫ চনত পাক অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদ আৰু শ্ৰীনগৰৰ মাজত বাছ সেৱা উদ্বোধন।

You might also like
Leave A Reply

Your email address will not be published.