আজি ৮ ফেব্ৰুৱাৰী

▶️আজি বিদ্যাৰ্থী দিৱস।
▶️১৭৮৫ চনৰ আজিৰ দিনটোতেই গৱৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ স্বদেশ (ইংলেণ্ড)লৈ প্ৰত্যাৱৰ্তন।
▶️১৮২৮ চনৰ এই দিনটোতেই কল্পবিজ্ঞানৰ ফৰাচী লেখক জুলে ভাৰ্ণৰ জন্ম হৈছিল।
▶️১৮৩৪ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ ৰসায়নবিদ ডমিট্ৰী আইনভান’ভিচ মেণ্ডেলিয়েডৰ জন্ম হৈছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ জন্ম হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই অষ্টম বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ডঃ ভবেন্দ্ৰ নাথ শইকীয়ালৈ মৰণোত্তৰভাৱে অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান আগবঢ়োৱা হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বাৰ্ড ফ্লুৰ আশংকাত টাইৱানত দুই লক্ষাধিক কুকুৰা নিধন।
▶️২০০৪ চনৰ এই দিনটোতেই ভাৰত,জিম্বাবৱে আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ত্ৰিদেশীয় ক্ৰিকেট শৃংখলাত অষ্ট্ৰেলিয়াৰ খিতাপ অৰ্জন।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই অসম আৰক্ষীৰ প্ৰায় চাৰে পাঁচ হাজাৰ কনিষ্টবল নিযুক্তিক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে ক্ষোভৰ জোৱাৰ উঠিছিল।।

You might also like
Leave A Reply

Your email address will not be published.