আজি ৮ মাৰ্চ

▶️আজি আন্তৰ্জাতিক নাৰী দিৱস।
▶️১৮৬৪ চনৰ এই দিনটোতেই মাৰাঠী সাহিত্যিক হৰি নাৰায়ণ আপ্তেৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই ৰাছিয়াত গণতান্ত্ৰিক বিপ্লৱৰ সূচনা।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক বিমান সেৱাৰ ভাৰতত এয়াৰ ইণ্ডিয়া স্থাপন।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই মাৰ্টিন লুথাৰ কিঙক হত্যা কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.