বুধবাৰে পুৱাই ভূমিকম্পই জোকাৰিলে অসম!

পুৱতি নিশা ৩:৫৯ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক:

বুধবাৰে পুৱাই এক মৃদু ভূমিকম্পই জোকাৰিলে অসম। পুৱতি নিশা ৩:৫৯ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেল ৩.২ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পটোৰ উৎপত্তিস্থান কামৰূপ জিলা আৰু উৎস ভূগৰ্ভৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত। তথ্যটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই। ভূমিকম্পৰ ফলত কোনো ধৰণৰ সা-সম্পত্তিৰ ক্ষতি বা প্ৰাণ হেৰুৱাৰ খবৰ পোৱা হোৱা নাই ।।

You might also like
Leave A Reply

Your email address will not be published.