আজি ৮ মে’

▶️আজি ৰেডক্ৰছ দিৱস।
▶️১৭৯৪ চনৰ আজিৰ দিনটোতেই ফৰাচী বিজ্ঞানী এন্টোইন লৰেন্ট লেভয়ছিয়াৰৰ মৃত্যু হৈছিল।
▶️১৮২৮ চনৰ আজিৰ দিনটোতেই ৰেডক্ৰছৰ জন্মদাতা হেনৰী ডুনান্টৰ জেনেভাত জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই মিত্ৰশক্তিৰ ওচৰত জাৰ্মানীৰ আত্মসমৰ্পণ।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰে’ল শ্ৰমিকৰ ঐতিহাসিক ধৰ্মঘট আৰম্ভ।
▶️১৯৯৬ চনৰ এই দিনটোতেই দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন।।

You might also like
Leave A Reply

Your email address will not be published.