আদানি বনাম হিণ্ডেনবাৰ্গ!

বৃহস্পতিবাৰে আদানি বনাম হিণ্ডেনবাৰ্গ গোচৰৰ শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

নেচনেল ডেস্ক:

বৃহস্পতিবাৰে আদানি বনাম হিণ্ডেনবাৰ্গ গোচৰৰ শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ। SEBIৰ নিয়মৰ ১৯ নং ধাৰা উলংঘাৰ লগতে ষ্টকৰ মূল্যত কোনো ধৰণৰ হেতালি খেলা হৈছে নেকি তাৰ তদন্ত কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। বিনিয়োগকাৰীক সুৰক্ষা প্ৰদানৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়টো মোকাবিলা কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ন্যায়াধীশ এ এম ছাপ্ৰেৰ নেতৃত্বত গঠন কৰে ছয়জনীয়া সমিতি ।।

You might also like
Leave A Reply

Your email address will not be published.