আমেৰিকাৰ টেক্সাছত ভয়ংকৰ গুলীচালনাৰ ঘটনা!

এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হয় শিশুসহ ৯ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

মেৰিকাৰ টেক্সাছত ভয়ংকৰ গুলীচালনাৰ ঘটনা। শনিবাৰে টেক্সাছৰ ডালাছৰ উত্তৰত থকা এলেনৰ প্ৰিমিয়াম আউটলেটছ নামৰ এটা ব্যস্ত মলত সংঘটিত হয় এই ঘটনা। এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হয় শিশুসহ ৯ গৰাকী লোক। আনহাতে ঘটনটোত গুৰুতৰভাৱে আহত হয় সাত গৰাকী লোকৰ। পিছত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে বন্দুকধাৰীটোক। আহতসকলক ততাতৈয়াকৈ ওচৰৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আহতসকলৰ মাজত আছে শিশুৰ পৰা বৃদ্ধলৈকে।।

You might also like
Leave A Reply

Your email address will not be published.