ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত শনিবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১৬৯ গৰাকী লোক। মৃত্যু হৈছে ২গৰাকী আক্ৰান্তৰ। সুস্থতাৰ হাৰ ৯৮.৬০ শতাংশ। বিগত ২৪ঘন্টাত আক্ৰান্তৰ হাৰ ০.৪৪শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত ৮,৬০৩ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৪১৫ ক’ভিড আক্ৰান্ত। সুস্থতাৰ হাৰ ০.৬৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৩৫শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.