ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত ক‘ভিড পৰিস্থিতিৰ উন্নতি ঘটিলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১৩৪ গৰাকী লোক। গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে ৮৬ গৰাকী লোক। ৩ আক্ৰান্তৰ মৃত্যু। বিগত ২৪ ঘন্টাত আক্ৰান্ত হাৰ ০.৫৯ শতাংশ। সুস্থতাৰ হাৰ ৯৮.৩৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭,৭৭৪। মৃত্যুমুখত পৰিছে ৩০৬ আক্ৰান্ত।সুস্থতাৰ হাৰ ৯৮.৩৬ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.