ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫২০ গৰাকী লোক। আক্ৰান্তসকলৰ ৩৯ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ,৪৯ গৰাকী ডিব্ৰুগড় জিলাৰ, ৩৮ গৰাকী কাছাৰ জিলাৰ, ৩৫ গৰাকী লক্ষীমপুৰ জিলাৰ, ৩২ গৰাকী বাক্সা জিলাৰ আৰু ১ গৰাকী তিনিচুকীয়া জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৬.৪১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.০৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৯,৬৭৩ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৪৫ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৪.৯৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৪৩,৬৭৬ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.