ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫০৮ গৰাকী লোক। আক্ৰান্তসকলৰ ৩৮ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৪৬ ডিব্ৰুগড় গৰাকী জিলাৰ, ৪৬ গৰাকী লক্ষীমপুৰ জিলাৰ, ২৮ গৰাকী শোনিতপুৰ জিলাৰ আৰু ২৬ গৰাকী বিশ্বনাথ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৬.৭৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.২০ শতাংশ।

Related Posts

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৩,৭৩৪ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩৪ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.৩৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৯ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৩৯,৭৯২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.