আজি ৩ আগষ্ট

➡️১৮৮৫ চনৰ আজিৰ দিনটোতে উমেশ চন্দ্ৰ বন্দোপাধ্যায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল।
➡️১৯১৪ চনৰ এই দিনটোতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীৰ যুদ্ধ ঘোষণা কৰা হৈছিল।
➡️১৯৬০ চনৰ ৩ আগষ্ট তাৰিখে নাইজাৰে স্বাধীনতা লাভ কৰিছিল।
➡️১৮৮৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে ‘নৰ্মদা বচাও’ আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ৰ অংশগ্ৰহণ।
➡️২০০১ চনৰ ৩ আগষ্ট তাৰিখে কানাডাৰ এডমণ্টনত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ আৰম্ভ হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন হৈছিল আৰু শতাধিক জীৱ-জন্তুৰ মৃত্যু হৈছিল।
➡️১৯৫৯ চনৰ এই দিনটোতে কবি-দাৰ্শনিক ভৱানন্দ দত্তৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.