ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৬৯ গৰাকী লোক। আক্ৰান্তসকলৰ ২০ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৯ গৰাকী ডিব্ৰুগড় জিলাৰ, ৭ গৰাকী গোৱালপাৰা জিলাৰ, ৬ গৰাকী তিনিচুকীয়া জিলাৰ আৰু ৫ গৰাকী বঙাইগাঁও জিলাৰ । । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৭১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,৪৩৯ গৰাকী । পজিটিভিটিৰ হাৰ ১.৭০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৬৫,৭৩২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.