ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫৪ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৭ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৬ গৰাকী কাৰ্বি আংলং জিলাৰ, ৪ গৰাকী ডিব্ৰুগড় জিলাৰ, ৪ গৰাকী লক্ষিমপুৰ জিলাৰ আৰু ৩ গৰাকী দৰং জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.৬৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,০৭৬ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৭ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৫৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৭,৯৪৫ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.