ক’ভিড আপডেট

নিউজ ডেস্ক:

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,২০৪ গৰাকী । বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ১২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৫৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৯,৩৯৮ গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.