কলকাতাত আৰক্ষী বৃহৎ সফলতা

নেচনেল ডেস্ক:

লকাতাত আৰক্ষী বৃহৎ সফলতা। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ২.৫ কিলোগ্ৰাম হেৰ’ইনসহ আটক কৰে ৫ টা সৰবৰাহকাৰীক । আৰক্ষীয়ে জনোৱা অনুসৰি, জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য ২ কোটি টকা। আটকাধীন সৰবৰাহকাৰীকেইটা অজয় পাল, চাবিৰ আহমেদ, সুজন চেখ, গোবিন্দা মণ্ডল আৰু চাৰোব শ্বেখ বুলি চিনাক্ত কৰা হৈছে। আনহাতে আৰক্ষীয়ে ৫ সৰবৰাহকাৰীৰ পৰা ৫টা মোবাইল ফোন, এখন মাৰুতি ব্ৰিজা আৰু এখন মাৰুতি চুজুকি গাড়ীও জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.