সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত ভয়ংকৰ আই ই ডি বিস্ফোৰণ। বিস্ফোৰণত এটি চাৰি বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে আহত হয় সাত জন লোক । মৃত শিশুটি চাৰি বছৰীয়া বিহান কুমাৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, কালি নৱবৰ্ষৰ পহিলা দিনত একেখন জিলাৰ একেখন গাঁৱতে সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে তিনিটা ঘৰত সংঘটিত কৰা গুলীচালনাৰ ফলত চাৰিজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন ছয়জন আহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.