কৰ্ণাটকৰ পাছত মুম্বাইত আতংক!

কৰ্ণাটকৰ পাছত মুম্বাইত অমিক্ৰন! বিদেশৰ পৰা অহা ৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক অমিক্ৰনৰ উপস্থিতি।ইয়াৰে এজন লোক দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল। বৃহস্পতিবাৰে কৰ্ণাটকত ২ গৰাকীৰ দেহত ধৰা পৰিছিল অমিক্ৰনৰ উপস্থিতি।।

You might also like
Leave A Reply

Your email address will not be published.