গুজৰাটৰ উপকূলত পাকিস্তানী নাও জব্দ!

নেচনেল ডেস্ক:

সোমবাৰে গুজৰাটৰ উপকূলত পাকিস্তানী নাও জব্দ। ৩৪০ কোটি টকাৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু ড্ৰাগছ কঢ়িয়াই আনিছিল পাকিস্তানী নাওখনে। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ভাৰতীয় জলসীমাত নাওসহ গ্ৰেপ্তাৰ কৰে ১০ জন ক্ৰু সদস্যক।।

You might also like
Leave A Reply

Your email address will not be published.