চিমলাত ভয়ংকৰ ভূমিস্খলন!

এই পৰ্যন্ত ১৭ গৰাকীকৈ লোকৰ মৃত্যু!

নেচনেল ডেস্কঃ

চিমলাত ভয়ংকৰ ভূমিস্খলন! এই পৰ্যন্ত ১৭ গৰাকীকৈ লোকৰ মৃত্যু! হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা আজিও অব্যাহত । যোৱা ১৪ আগষ্টত হিমাচল প্ৰদেশৰ চিমলাৰ ছামাৰ হিলত হোৱা শোকাৱহ ভূমিস্খলনৰ পাছত নিৰাপত্তা বাহিনী আৰু দুৰ্যোগ সাহায্য বাহিনীয়ে একেৰাহে সপ্তম দিনাও অব্যাহত ৰাখিছে অনুসন্ধান অভিযান । ইফালে ভূমিস্খলনত এটা মন্দিৰ খহি পৰাৰ ফলত বৃদ্ধি পাইছে মৃত্যু হোৱাৰ লোকৰ সংখ্যাও । এই পৰ্যন্ত ৩ জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত এছডিআৰএফ, এনডিআৰএফ আৰু ভাৰতীয় সেনাৰ দলে নিৰন্তৰভাৱে চলাই আছে উদ্ধাৰ অভিযান।

You might also like
Leave A Reply

Your email address will not be published.