জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুৰ্ঘটনা

নেচনেল ডেস্ক:

জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুৰ্ঘটনা। মঙলবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হাণ্ডৱাৰাৰ ৱাটায়িন অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো। শ্ৰীনগৰলৈ গৈ থকা অৱস্থাত ৱাটাইয়িঙৰ ওচৰত দুৰ্ঘটনাপতিত হয় যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাবে আহত ২০ জনকৈ লোক । আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছত আহত সকলৰ ১৪ জনক হেণ্ডৱাৰাৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.