দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড!

নেচনেল ডেস্ক:

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড। শনিবাৰে পুৱা ৯:০৮ বজাত দিল্লীৰ গ্ৰেটাৰ কৈলাশস্থিত ফিনিক্স হস্পিতালৰ বেছমেণ্টত সৎঘটিত হয় এই অগ্নিকাণ্ড। পাঁচ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডত কোনো লোক হতাহতিৰ খৱৰ পোৱা হোৱা নাই। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.