শক্তিশালী ভূমিকম্পই জোঁকাৰি গ’ল আমেৰিকাৰ টেক্সাছ!

ইণ্টাৰনেচনেল ডেস্ক:

ইতিহাসৰ অন্যতম শক্তিশালী ভূমিকম্পই জোঁকাৰি গ’ল আমেৰিকাৰ টেক্সাছ। শুকুৰবাৰে সন্ধিয়া ৫.৩৫ বজাত সংঘটিত হয় ভূমিকম্পটো। ৰিখটাৰ স্কেল ৫.৪ প্ৰাৱল্যত সংঘটিত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ উৎপত্তিস্থল মিডলেণ্ডৰ পৰা প্ৰায় ২২ কিলোমিটাৰ উত্তৰ-উত্তৰ- পশ্চিমে, গভীৰতা প্ৰায় ৯ কিলোমিটাৰ। তাৎক্ষণিকভাৱে কোনো লোকৰ ক্ষতি বা আঘাতৰ খবৰ পোৱা হোৱা নাই। খৱৰটো সদৰি কৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে।।

You might also like
Leave A Reply

Your email address will not be published.