শক্তিশালী ভূমিকম্পই জোঁকাৰি গ’ল আমেৰিকাৰ টেক্সাছ!

ইণ্টাৰনেচনেল ডেস্ক:

Related Posts

ইতিহাসৰ অন্যতম শক্তিশালী ভূমিকম্পই জোঁকাৰি গ’ল আমেৰিকাৰ টেক্সাছ। শুকুৰবাৰে সন্ধিয়া ৫.৩৫ বজাত সংঘটিত হয় ভূমিকম্পটো। ৰিখটাৰ স্কেল ৫.৪ প্ৰাৱল্যত সংঘটিত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ উৎপত্তিস্থল মিডলেণ্ডৰ পৰা প্ৰায় ২২ কিলোমিটাৰ উত্তৰ-উত্তৰ- পশ্চিমে, গভীৰতা প্ৰায় ৯ কিলোমিটাৰ। তাৎক্ষণিকভাৱে কোনো লোকৰ ক্ষতি বা আঘাতৰ খবৰ পোৱা হোৱা নাই। খৱৰটো সদৰি কৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে।।

You might also like
Leave A Reply

Your email address will not be published.