দেশৰ কোটি কোটি জনতাৰ বাবে এটা জৰুৰী খবৰ

আপুনি মাত্ৰ হাই বা হেল্ল' লিখি প্ৰৰণ কৰিলে সকলো নথি-পত্ৰ নিজৰ নিজৰ মবাইল ফোনত লাভ কৰিব

দেশৰ কোটি কোটি জনতাৰ বাবে এটা জৰুৰী খবৰ।আপুনি মাত্ৰ হাই বা হেল্ল’ লিখি প্ৰৰণ কৰিলে সকলো নথি-পত্ৰ নিজৰ নিজৰ মবাইল ফোনত লাভ কৰিব। এতিয়াৰে পৰা ঘৰতে বহি ড্ৰাইভিং লাইচেন্স, পানকাৰ্ডৰ উপৰিও আন আন জৰুৰী নথি-পত্ৰ ডাউনলোড কৰিব পাৰিব আপুনি।My Gov Helpdesk -এ জনতাক দিছে এটা নতুন সুবিধা। আপোনাৰ বাবে হোৱাটএপ কৰিবৰ বাবে এটা নম্বৰ মুকুলি কৰি দিছে।সেই নম্বৰত যদি আপুনি Hi, Hello বা Digilocker লিখি প্ৰেৰণ কৰে,তেন্তে এটা মেছেজত লাভ কৰিব RC, মাৰ্কশ্বীট, চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেন্স, পানকাৰ্ডৰ উপৰিও আন জৰুৰী নথি-পত্ৰ।মাত্ৰ মেছেজ কৰক 9013151515 নম্বৰলৈ। Hi, Helloৰে এটা মেছেজ কৰক তাৰপাছতে লাভ কৰক এই সুবিধা।

You might also like
Leave A Reply

Your email address will not be published.