দেশৰ ৮ ৰাজ্যলৈ বিয়পিল অ’মিক্ৰন

দেশত অব্যাহত অ’মিক্ৰনৰ আতংক। দিল্লীত ৪ জন আক্ৰান্ত মাৰাত্মক ভেৰিয়েন্টত। ৮ ৰাজ্যলৈ বিয়পিল অ’মিক্ৰন। এই পৰ্যন্ত দেশত অ’মিক্ৰনত আক্ৰান্ত ৪৫ গৰাকী লোক। মাৰাত্মক ভেৰিয়েন্টক পৰাস্ত কৰি আৰোগ্য লাভ এজনৰ।।

You might also like
Leave A Reply

Your email address will not be published.