বাংলাদেশত বিধ্বংসী অগ্নিকাণ্ড

বাংলাদেশত ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে ৰাজধানী ঢাকাৰ পৰা প্ৰায় ১৯৭ কিলোমিটাৰ উত্তৰ-পশ্চিমত বগুৰা জিলাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও পাঁচজন লোক নিহত হয়। প্ৰায় তিনি ঘণ্টাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ অনা হয়। জুইৰ সুত্ৰপাতৰ কাৰন আৰু কাৰখানাটোৰ ক্ষয়ক্ষতিৰ পৰিমাণ এইপৰ্যন্ত জানিব পৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.