পথাৰত কোৰেৰে ঘাঁহ কাটি ৩ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন

নিউজ ডেস্কঃ

থাৰত কোৰেৰে ঘাঁহ কাটি ৩ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন এজন যুৱকৰ। নাজিৰাৰ ঘৰফলীয়া গাঁৱৰ যুৱ কৃষক দ্বীপজ্যোতি গগৈৰ এই ব্যতিক্ৰমী প্ৰয়াস। দ্বীপজ্যোতি গগৈয়ে নাজিৰাৰ জয়খামদাং খেতিপথাৰত অংকন কৰিলে মহাত্মা গান্ধী, ভগৎ সিং আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ছবি।যুৱপ্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰয়াস যুৱ কৃষক দ্বীপজ্যোতি গগৈৰ। পূৰ্বেও দ্বীপজ্যোতি গগৈয়ে খেতিপথাৰত খেতিৰ কৰ্মৰ লগতে অংকন কৰিছিল মহান ব্যক্তিৰ ছবিসমূহ।

You might also like
Leave A Reply

Your email address will not be published.