পুনৰ তুৰস্কৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ৰেচেপ টাইইব এৰদোগান।

ইণ্টাৰনেচনেল ডেস্ক:

পুনৰ তুৰস্কৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ৰেচেপ টাইইব এৰদোগান। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে দেওবাৰে প্ৰতিদ্বন্দ্বিতাকাৰী কেমাল কিলিচদাৰোগ্লুক পৰাস্ত কৰি ৰাষ্ট্ৰপতি পদৰ বাবে পুনৰ নিৰ্বাচনত জয়লাভ কৰে। এই জয়ৰ লগে লগে ৬৯ বছৰীয়া এৰদোগানে পুনৰ পাঁচ বছৰৰ বাবে শাসনভাৰ লাভ কৰে। উল্লেখ্য যে, এৰদোগান যোৱা২০ বছৰ ধৰি দেশখনৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হৈ আছে। খবৰ অনুসৰি, দেওবাৰে দ্বিতীয় পৰ্যায় ভোট গননাত এৰদোগানে ৫২.১ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কিলিচদাৰোগলুৱে ৪৭.৯ শতাংশ ভোট লাভ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.